Skip to main content

Mayabini(মায়াবিনী)Lyrics-assamese song lyrics-zubeen old song

 

Mayabini(মায়াবিনী)Lyrics-assamese song lyrics-zubeen old song - Zubeen Garg Lyrics



Singer Zubeen Garg
Singer Zubeen Garg
Music Zubeen Garg
Song Writer Sumit Acharya

মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত...
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত


প্ৰতি শৰতৰ প্ৰভাতি ফুলে
ক’ব তোমাকেই মোৰ কথা
প্ৰতি মেঘালী নিশা জোনে
ক’ব তোমাকেই মোৰ বেথা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত

দুচকুতে তোমাৰ চালে
সপোন আঁতৰি দিঠক নামে
চুব খুজিলেই মোৰ দুহাতে
দিঠক আঁতৰি সপোন আহে
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত...
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা

IN ENGLISH TEXT-

Mayabini ratir bukut
Dekha palu tumar chobi
Dhora dila gupone ahi
Hiyar kunot...
Tumi je mur xukan monot
Niyorore sesha tupal
Nami oha rodore noi
Mur dehot proti puwa
Dhumuhar sote mur
Bohu jugore nasun
Endharu socha mur
Bohu dinore apun
Nijanor gaan mur
Sekh hbo bhabu tumar bukut

Proti sorotor provati fule
Kobo tumakei mur kotha
Proti meghali nisha june
Kobo tumakei mur betha
Dhumuhar sote mur
Bohu jugore nasun
Endharu socha mur
Bohu dinore apun
Nijanor gaan mur
Sekh hbo bhabu tumar bukut

Duchokute tumar sale
Xopun aatori dithok naame
Subo khujilei mur duhate
Dithok atori xopun ahe
Dhumuhar sote mur
Bohu jugore nasun
Endharu socha mur
Bohu dinore apun
Nijanor gaan mur
Sekh hbo bhabu tumar bukut
Mayabini ratir bukut
Dekha palu tumar chobi
Dhora dila gupone ahi
Hiyar kunot...
Tumi je mur xukan monot
Niyorore sesha tupal
Nami oha rodore noi
Mur dehot proti puwa"



Comments

Popular posts from this blog

Xile Xile theka khale (Lyrics) - DY Medley - Priyanka Bharali-In assamese

Xile Xile (Lyrics) - Priyanka Bharali-In assamese - Priyanka Bharali / Mun Mun das Lyrics Singer Priyanka Bharali / Mun Mun das কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই বৰটৰ ধেপেলা পাই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই বৰটৰ ধেপেলা পাই বৰটট জাউটে সৰতে ডাকিলে সৰতে ডাকিলে ৰেহা নাই এতিয়া ৰেহা নাই এতিয়া গাট বৰটট জাউটে সৰতে ডাকিলে সৰতে ডাকিলে ৰেহা নাই এতিয়া ৰেহা নাই এতিয়া গাট শিলে শিলে থেকা খালে নিজৰাৰে পানি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি শিলে শিলে থেকা খালে নিজৰাৰে পানি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি বনৰিয়া বনৰিয়া আলসুৱা ফুলে হালি জালি মন ধলি কিনো কথা কলে মনে জে বিচাৰে মন, কোনে দিবো আনি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি লাই লা হিলালি,,, হে ডেকাৰ জাত লাই লা হিলালি,,, হে গাভৰু জাত... লাই লা হিলালি,,, ও টিৱাৰ ৰূপ...। লাই লা ...

Monor nijanot(মনৰ নিজানত)Lyrics-zubeen old song-assamese song lyrics

Monor nijanot(মনৰ নিজানত) Lyrics- zubeen old song-assamese song lyrics - Zubeen Garg Lyrics Singer Zubeen Garg Singer Ajoy Phukan & Rex Boro Music Palash Gogoi মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । হৃদয়ে আৱেগক নোৱাৰে সহিব চকুলো বাগৰে নিৰৱে । কিমান সাৱটিম নোপোৱাৰ সঁপোন বুকুৰ উমেৰে সজোৱা । দুখৰ তৰাহৈ নাচাবা চকুলৈ মোৰ উৰে নিশা । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । জীৱন সুৰভী তোমাৰ মাজতে আছিল অকলে নিৰৱে । সঁচা প্ৰেমৰো উশাহ আছিলে অকলশৰীয়া বুকুতে । মৰুভূৰ মায়াহৈ নাহিবা বুকুলৈ মোৰ মিছাকৈয়ে । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুব...