assamese lyrics hiya diya niya-zubeen garg lyrics-Zubeen Garg Lyrics Singer Zubeen Garg Singer Zubeen Garg Music Zubeen Garg Song Writer Zubeen Garg assamese lyrics hiya diya niya by zubeen garg generally titled 'NOHOLE PORICHOI' নহ’লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ’ব পাৰে নহ’লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ’ব পাৰে ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোতেই অচিনা পানচৈ লাগিলেহি ঘাটতে মোৰ অজানিতে দোলনি দিলে নুবুজাকে মনতে মোৰ গুপুততে যৌৱনে ক’লে আজি সেয়াই হিয়া দিয়া নিয়া হিয়া দিয়া নিয়া প্ৰথম প্ৰেমকে পাহৰিব পাৰিলে প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে তথাপিতো বাৰে বাৰে চিগি যাব কিয় খোজে সুৰ অকাৰণে অজানিতে ল’ৰলিৰ উমলোতে ভাল লগা সুৰ মনে মনে যৌৱনে ক’লে আজি এয়াই হিয়া দিয়া নিয়া হিয়া দিয়া নিয়া ল’ৰালিৰ সুৰকেই বিছাৰি হে আহিলো অচিনা ঘাটতে বিছাৰি যে নাপালো সময়নো কিয় বাৰু খেলিলেহি লুকা ভাকু হায় বাৰে বাৰে অজানিতে উভতিলো উকা হাতে লৈ মাথো মোৰ সোৱৰণি যৌৱনে ক’লে আজি এয়াই হিয়া দিয়া নিয়া English text- Nohole porichoy hiyare chinaki janu kunu hobo paare Nohole porichoy hiy...
Aaxha(আশা) Lyrics-Abhi Saikia x Arindam Gohain-assamese Lyrics - Arindam Gohain Lyrics Singer Arindam Gohain Singer Abhi Saikia Music Abhi Saikia Song Writer Rulee Gohain and Ranjan Gohain -------Aaxha lyrics----- আকাশৰ তৰা লিখি হেজাৰ সপুন ৰচা আশা আৰু নিৰাশাৰ নডিতে হেৰাই যোৱা জিৱনৰ এই জটিলটাট থমকি ৰও বাৰে বাৰে, সপুনেউ ডিথকটে ভুমুকিয়াই চকুলুৰে নালাগে নাহিবি সোৱৰনি মোৰ নুপুৰু আৰু বিছাৰী জিৱনে কি ডিলে আৰু কি নিদিলে নাথাকু অটিট সাবটি যাম আজিয়েই বুৱাই পুহৰ ধিয়াই জিৱনৰ পলে পলে সপুন জিয়াই সংগীত।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।। খুজে প্ৰতি দেখুন অলেখ উজুতি খালু পুহৰৰ এই বাটতে হতাশা হাটতে পালু কলা মেঘে আবৰে সপুনৰেই বাটচৰা মন ফুলনিৰ আশা ফুল পাহি সৰি পৰা নালাগে নাহিবি সোৱৰনি মোৰ নুপুৰু আৰু বিছাৰী জিৱনে কি ডিলে আৰু কি নিদিলে নাথাকু অটিট সাবটি যাম আজিয়েই বুৱাই পুহৰ ধিয়াই জিৱনৰ পলে পলে সপুন জিয়াই দুহাট মেলি পুহৰ সাবটি নামিল সপুন সোনালি আনিলু সময়ৰ গটিক আজুলি ডিগণ্টক বিছাৰী নালাগে নাহিবি সোৱৰনি মোৰ নুপুৰ...