Skip to main content

Ongkita(অংকিতা) Lyrics-Shankuraj Konwar & Tonmoy Krypton-Edm song Lyrics

Ongkita(অংকিতা) Lyrics-Shankuraj Konwar & Tonmoy Krypton-Edm song Lyrics - Shankuraj Konwar. Lyrics

Singer Shankuraj Konwar.
Singer Shankuraj Konwar.
Music Tonmoy Krypton
Song Writer Maitrayee Patar

উকা ডুচকুৰে আচুতীয়া বাটেৰে

সুকুলা এজাক ডাৱৰ নামে মই চমকো

কপাহি চাদৰ হেমেকা আচলখনে

মাটে আউখি টু জুনাককে মই চমকো

উশাহৰে গহনা তুমাৰে

ছবিটে আবিৰ সানু



গানটে তুমি অংকিতা দুচকুত
তুমাক আকো


উশাহৰে গহনা তুমাৰে

ছবিটে আবিৰ সানু

প্ৰানতে তুমি অংকিতা দুচকুত
তুমাক আকো


টুমি দিলা দিলা দিলা থিকনা

ওহো জিয়া জিয়া জিয়া বাসনা

মুৰ হেঙুলিয়া মনে তুমাতে

পাৰে জেউজিয়া প্ৰেম'ৰ বটৰা


দিলা দিলা দিলা থিকনা

দুৰনিৰে আকাশৰে জিলিকা তৰা

কাষৰটে আহি ৰলেহি মই চমকো

পৰষৰ উমতেই কিজানু মায়া সনা

উকা ৰতিতে ফুলে কেটেকি মই চমকো

ডুবাহুৰ প্ৰখাৰিলে স্ষ্টিৰ

আকুল হেপাহ নামে

উৰি যায় মন বল আকাশ তুমাৰে সপোন আকে

টুমি প্ৰানৰ বৰষা


সেউজি মাটিৰে সুবাষ সানা

হিয়াৰে বসুন্ধৰা তুমাতেই মটলিয়া

টুমি দিলা দিলা দিলা থিকনা

ওহো জিয়া জিয়া জিয়া বাসনা

মুৰ হেঙুলিয়া মনে তুমাতে

পাৰে জেউজিয়া প্ৰেম'ৰ বটৰা

IN ENGLISH TEXT-

Uka dusokure aasutiya batere

Hukula ejak dawor name moi somokou

Kopahi sadoror hemeka aasolkhone

Mate aaukhi tu junakoke moi somokou

Ukhahore gohona tumare

Sobite aabir hanu



Gaanote tumi ongkita dusokut tumak aaku

Ukhahore gohona tumare

Sobite aabir hanu

Pranote tumi ongkita dusokut tumak aaku

Tumi dila dila dila thikona

Oho jiya jiya jiya baxona

Mur henguliya mone tumate

Pare xeujiya premor botora



Dila dila dila thikona



Duronire aakakhore jilika tora

Kakhorote aahi role hi moi somokou

Porokhor umotei kijanu maya xona

Uka ratite fule keteki moi somokou

Dubahur prokharile sristir

Aakul hepah name

Uri jai mon bol aakakh tumare xopun aake

Tumi pranor boroxa

Heuji matire xubakh hana

Hiyare boxundhara tumtei motoliya

Tumi dila dila dila thikona

Oho jiya jiya jiya baxonaa

Mur henguliya mone tumate

Pare xeujiya premor botora



Dila dila dila thikona



Comments

Popular posts from this blog

Mayabini(মায়াবিনী)Lyrics-assamese song lyrics-zubeen old song

  Mayabini(মায়াবিনী)Lyrics-assamese song lyrics-zubeen old song - Zubeen Garg Lyrics Singer Zubeen Garg Singer Zubeen Garg Music Zubeen Garg Song Writer Sumit Acharya মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত... তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ’দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত প্ৰতি শৰতৰ প্ৰভাতি ফুলে ক’ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক’ব তোমাকেই মোৰ বেথা ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত দুচকুতে তোমাৰ চালে সপোন আঁতৰি দিঠক নামে চুব খুজিলেই মোৰ দুহাতে দিঠক আঁতৰি সপোন আহে ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত... তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি...

Xile Xile theka khale (Lyrics) - DY Medley - Priyanka Bharali-In assamese

Xile Xile (Lyrics) - Priyanka Bharali-In assamese - Priyanka Bharali / Mun Mun das Lyrics Singer Priyanka Bharali / Mun Mun das কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই বৰটৰ ধেপেলা পাই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই বৰটৰ ধেপেলা পাই বৰটট জাউটে সৰতে ডাকিলে সৰতে ডাকিলে ৰেহা নাই এতিয়া ৰেহা নাই এতিয়া গাট বৰটট জাউটে সৰতে ডাকিলে সৰতে ডাকিলে ৰেহা নাই এতিয়া ৰেহা নাই এতিয়া গাট শিলে শিলে থেকা খালে নিজৰাৰে পানি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি শিলে শিলে থেকা খালে নিজৰাৰে পানি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি বনৰিয়া বনৰিয়া আলসুৱা ফুলে হালি জালি মন ধলি কিনো কথা কলে মনে জে বিচাৰে মন, কোনে দিবো আনি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি লাই লা হিলালি,,, হে ডেকাৰ জাত লাই লা হিলালি,,, হে গাভৰু জাত... লাই লা হিলালি,,, ও টিৱাৰ ৰূপ...। লাই লা ...

Monor nijanot(মনৰ নিজানত)Lyrics-zubeen old song-assamese song lyrics

Monor nijanot(মনৰ নিজানত) Lyrics- zubeen old song-assamese song lyrics - Zubeen Garg Lyrics Singer Zubeen Garg Singer Ajoy Phukan & Rex Boro Music Palash Gogoi মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । হৃদয়ে আৱেগক নোৱাৰে সহিব চকুলো বাগৰে নিৰৱে । কিমান সাৱটিম নোপোৱাৰ সঁপোন বুকুৰ উমেৰে সজোৱা । দুখৰ তৰাহৈ নাচাবা চকুলৈ মোৰ উৰে নিশা । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । জীৱন সুৰভী তোমাৰ মাজতে আছিল অকলে নিৰৱে । সঁচা প্ৰেমৰো উশাহ আছিলে অকলশৰীয়া বুকুতে । মৰুভূৰ মায়াহৈ নাহিবা বুকুলৈ মোৰ মিছাকৈয়ে । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুব...