BARIXARE BOROXA HUWA || RAKESH REEYAN ||Assamese Lyrics - RAKESH REEYAN Lyrics
| Singer | RAKESH REEYAN |
| Singer | RAKESH REEYAN |
| Music | RAKESH REEYAN |
| Song Writer | RAKESH REEYAN |
বাৰিষাৰে বৰষা হোৱা... বুকুতে নামিতো চোৱা
তাতে দুয়ো ভিজিম মৰমতে.. বাৰে বাৰে ×2
ঋতু আহেনো যায়...বুকুতে বাগৰ সলাই
লাজে লাজে.. ধীৰে ধীৰে
অ.. পাৰা যদি তুমি আহি চোৱা এবাৰ
একেবাৰে...কাষৰলে..
ধৰা দিয়া কিয় সপোনতে... বাৰে বাৰে...
বাৰিষাৰে বৰষা হোৱা.. বুকুতে নামিতো চোৱা
তাতে দুয়ো ভিজিম মৰমতে..বাৰে বাৰে
থাকা উৰে ৰাতি.. দিনবোৰো সামৰি
কলিজাতে.. সগোপনে..
চকু মেলি চালে তোমাকে যেন দেখোঁ
কাষৰতে....ঘনে ঘনে
ধৰা দিয়া কিয় সপোনতে... বাৰে বাৰে
বাৰিষাৰে বৰষা হোৱা.. বুকুতে নামিতো চোৱা
তাতে দুয়ো ভিজিম মৰমতে.. না না না না...।
Comments
Post a Comment