Bukka(বুক্কা) song Lyrics-Assamese-By Kussum Kailash & Priyanka Bharali | - Kussum Kailash & Priyanka Bharali Lyrics
Bukka(বুক্কা) song Lyrics-Assamese-By Kussum Kailash & Priyanka Bharali | - Kussum Kailash & Priyanka Bharali Lyrics
| Singer | Kussum Kailash & Priyanka Bharali |
| Music | Bijoy Sankar |
| Song Writer | Kussum Kailash,Sarat Shraban,Mrinmoy Mrittik |
ইআআআআআআ লা লা লা লায়ব
খুলা মাটি বুক্কা
চপাই খেতি কৰা
খুলা মাটি বুক্কা
চপাই খেতি কৰা
লাগে মুক এজনি জান অ
কামে বনে চুকা
ভনিটি ও ভনিটি
গাওঁ ছুৱালি গাওঁতে ঠাক
মৰম নিদিবি জাক তাক
আক তাক মৰম দিলে কিন্টু
লাগি জাব মেহতা
বুকাটে পাবি বটিয়া
গাটটে পাবি কুচিয়া
আনৰ কথা বাদ দে
মুলেকে গুচি আহ
ওও গুচি আহ
ভনিটি টই গাওঁৰ ব্ৰেকিং নিউজ
ডেকা লৰাক কৰ কনফিউজ
চাং অই চাং অই
মইউ ঘুৰি চাং অই
মৰম ডিলে লবিনে নাই
শুন অই শুন অই খেতি খুলা কৰু অই
এইবাৰ পুৰা নিজে জাবি চাই
টই পিছে নেলাগে নেলাগে নেলাগে জাব
ভুই ৰুবলে
টয় নেলাগে নেলাগে নেলাগে জাব পথাৰলে
টয় নেলাগে নেলাগে নেলাগে জাব
ভুই ৰুবলে
টয় নেলাগে নেলাগে নেলাগে জাব পথাৰলে
চুকা ৰদে পুৰিব
দেহা কলা পৰিব
বুকা পানী লাগিব গাত
বুক্কা বুক্কা বুক্কা
বুক্কা বুক্কা বুক্কা
বুক্কা বুক্কা বুক্কা
বুক্কা বুক্কা এহহ
বাটতে পাই ডেকা লৰাই
কিয়নু বাৰু মুকে জুকাই
জানিব খুজে মনৰ খবৰ
কাকুজে মন দিয়াই নাই...
ভনিটি অই ভনিটি
তুৰ কাৰনে ইমাৰজেনছি
বিধান সভা পতিচু
বাইদেউ খুৰিদেউ মিছাদেউ আমইডেউক
ঘৰলেকে মাটিচু
মাক দেউতাক মনাবলে কিমান অন্নপ্ৰাখনু কৰিচু
উউউউউউ মইহে জানিচু।
ওও তই জিহে লৰা ভাল পাও
তুৰ কঠা মানিচু
টুক দেখি বিয়া হবলে
টেল টেংগা হানিচু
বেয়া সং এৰিচুং
বেয়া বষ্টু এৰিচুং
ওওওও কষ্ট পাইচুং
ভনিটি তুৰ কুমলিয়া মন
পাবলে বলিয়া জে বহু জন
ভনিতি তুৰ কেচা কই মৰম
পাবলে মুৰ মনু উচাটন
অই চা অই চা অই
তাকে ভাবি চা অই
নিজৰ বুলি লবিনে নাই
ক অই ক অই কিবা এটা ক অই
আছু টুৰে মুখলে চাই
টয় নেলাগে নেলাগে ভুই ৰুবলে
টয় নেলাগে জাব পথাৰলে
টই নেলাগে নেলাগে নেলাগে জাব
ভুই ৰুবলে
টই নেলাগে নেলাগে নেলাগে জাব পথাৰলে
চুকা ৰদে পুৰিব
দেহা কলা পৰিব
বুকা পানী লাগিব গাত
বুক্কা বুক্কা বুক্কা
বুক্কা বুক্কা বুক্কা
বুক্কা বুক্কা বুক্কা
খেতি বাটিলে কৰা নাই ভই
ৰুৱাটু ৰু পাউং জে মই
লাগে মাথু মুক সচা মৰম
দিব পাৰিবি নে বাৰু টই
টুকে চাই আমনি নালাগে লাহৰী
টুকে চাই আমনি
বহুতৰ মাজতে ললু বাচি বাচি
টুকে ও লাহোৰী
ভনিটি অই ভনিটি অই
জৌবনটে মৰম দিবি খুলা খুলি কই
ভনিটি অই ভনিটি অই
ভেলিদিটি গুচি গলে ৰহি জাবি অই
টই নেলাগে নেলাগে নেলাগে
মৰম আনক ডিবলে
টই নেলাগে নেলাগে নেলাগে জান অ
আনৰ হবলে
টই নেলাগে নেলাগে জাব ভুই ৰুবলে
টই নেলাগে নেলাগে জাব পথাৰলে
চুকা ৰদে পুৰিব
দেহা কলা পৰিব
বুকা পানী লাগিব গাত
বুক্কা বুক্কা বুক্কা
বুক্কা বুক্কা বুক্কা
বুক্কা বুক্কা বুক্কা
বুক্কা বুক্কা বুক্কা
বুক্কা বুক্কা বুক্কা
বুক্কা বুক্কা বুক্কা....

Comments
Post a Comment