Skip to main content

MONE BOROKHA NIKHAT | Assamese Lyrics | SHARAT GOGOI |FT. DIKSHITA DAS

MONE BOROKHA NIKHAT | SHARAT GOGOI | | FT. DIKSHITA DAS | - SHARAT GOGOI Lyrics

Singer SHARAT GOGOI
Singer SHARAT GOGOI.
Music BEAT KOSONG.
Song Writer SHARAT GOGOI.

মমম
নিয়া হিয়া
নাৰা ৰা ৰে ৰা

হৃষ্ট হৃদয়ৰ
সুস্মিতা পৃষ্ঠ , সেইটু তু মিথা প্ৰেম
দিলি জ্যোতি, বুকুটে জুনাকী হই

জ্যোতি প্ৰহেলিকা দুখৰে পটুকাত
উচুপি হেৰাইচিল ম-অন
উচুপি অয়

সাটুৰিলু মিছাকে
উদাসিৰে নই
বৰষুন হই বিমনক কৰিলি বিময়

মনে বৰষা নিশাত
মনে বৰষা নিশাত
মনে বৰষা নিশাত
তোৰ মৰমটে নাছে

মনে বৰষা নিশাত
মনে বৰষা নিশাত
মনে বৰষা নিশাত
তোৰ মৰমটে নাছে

হুউ উউউ...

চুটালৰ
গুলাপৰ
লগতে, পাটু তুৰ কথা

হুম...

গুলাপেউ
হপুনোট গাই যায়
টুলই, কবিতা

পুৱা উথি লয়
ভাবি ভাল লাগে
মনে মোৰ সেই কবিটাট সুৰ লগাই
সচা তুৰ মৰমটে
সচা তুৰ মৰমটে

ডি হিয়া...
আ...

মনে বৰষা নিশাত
মনে বৰষা নিশাত
মনে বৰষা নিশাত
তোৰ মৰমটে নাছে



মনে বৰষা নিশাত
মনে বৰষা নিশাত
মনে বৰষা নিশাত
তোৰ মৰমটে নাছে

মনে

আ হিয়া...

মনে

উউ উউহুউ উউ...
আ হা হে হেয়া...

জিবনৰে পথতে তই
থাকিবি নিলগে মুৰ
দিচু হিয়া নভবা কে
নেভাঙ্গিবি তই

বুকুৰে কুনটে
এটিয়াউ ডুখৰে
সময় লুকাই আচে
তই নেদেখা কে

বুকুৰে কুনটে

আ হেই...
আআ আ হে...

মনে বৰষা নিশাত
মনে বৰষা নিশাত
মনে বৰষা নিশাত
তোৰ মৰমটে নাছে

দিয়া হিয়া হিয়া...
উউউউউ উউ...।
দিয়া হিয়া হিয়া...

বৰষা নিশাত

উউউ উউ হুউ...

মনে
বৰ-ষা, নি-শাত

আ হে হে...
উউ হুউউউউ...

মম...

IN ENGLISH-

Hmmm
Neaa heaa
Nara raa re raa

Hrishto hridoyor
Xusmita prishtho, xeitu tu mitha prem
Dili jyoti, bukute junaki hoi

Jyoti prohelika dukhore potukat
Usupi heraisil mo-on
Usuuupiii oiii

Haturilu misake
Udaxire noyy
Boroxun hoi bimonok korili bimoi

Mone borokha nikhat
Mone borokha nikhat
Mone borokha nikhat
Tur moromote nase

Mone borokha nikhat
Mone borokha nikhat
Mone borokha nikhat
Tur moro-mot, naa-se

Huuu uuu…

Sutalor
Gulapor
Logote, patu tur kotha

Hmm…

Gulapeu
Hopunot gai jai
Tuloi, kobitaa

Puwa uthi loi
Vabi bhal lage
Mone mur hei kobitat xurr logai
Hosa tur moromote
Hosa tur moromote

Dee heaa….
Aaaa….

Mone borokha nikhat
Mone borokha nikhat
Mone borokha nikhat
Tur moromote nase

Mone borokha nikhat
Mone borokha nikhat
Mone borokha nikhat
Tur moromote nase

Mone

Aaa heaaa…

Mone

Uuu uuhuuu uuu…
Aaa hea heaaa…

Jibonore pothote toi
Thakibi niloge murr
Disu hiya novoba k
Nebhangibi toi

Bukure kunote
Etiyau dukhore
Homoy lukai ase
Toi nedekha k

Bukure kunote

Aaaa heaaaii…
Aaa aaa hea…

Mone borokha nikhat
Mone borokha nikhat
Mone borokha nikhat
Tur moromote nase

Deaa hea heaaa…
Uuuuu uu….
Dea hea heaa…

Borokha nikhattt

Uuuu Huuu…

Mone
Bo-rokha, nii-khattt

Aaa hea hea…
Uuu huuuuu…

mmm…



Comments

Popular posts from this blog

Mayabini(মায়াবিনী)Lyrics-assamese song lyrics-zubeen old song

  Mayabini(মায়াবিনী)Lyrics-assamese song lyrics-zubeen old song - Zubeen Garg Lyrics Singer Zubeen Garg Singer Zubeen Garg Music Zubeen Garg Song Writer Sumit Acharya মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত... তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ’দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত প্ৰতি শৰতৰ প্ৰভাতি ফুলে ক’ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক’ব তোমাকেই মোৰ বেথা ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত দুচকুতে তোমাৰ চালে সপোন আঁতৰি দিঠক নামে চুব খুজিলেই মোৰ দুহাতে দিঠক আঁতৰি সপোন আহে ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত... তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি...

Xile Xile theka khale (Lyrics) - DY Medley - Priyanka Bharali-In assamese

Xile Xile (Lyrics) - Priyanka Bharali-In assamese - Priyanka Bharali / Mun Mun das Lyrics Singer Priyanka Bharali / Mun Mun das কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই বৰটৰ ধেপেলা পাই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই বৰটৰ ধেপেলা পাই বৰটট জাউটে সৰতে ডাকিলে সৰতে ডাকিলে ৰেহা নাই এতিয়া ৰেহা নাই এতিয়া গাট বৰটট জাউটে সৰতে ডাকিলে সৰতে ডাকিলে ৰেহা নাই এতিয়া ৰেহা নাই এতিয়া গাট শিলে শিলে থেকা খালে নিজৰাৰে পানি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি শিলে শিলে থেকা খালে নিজৰাৰে পানি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি বনৰিয়া বনৰিয়া আলসুৱা ফুলে হালি জালি মন ধলি কিনো কথা কলে মনে জে বিচাৰে মন, কোনে দিবো আনি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি লাই লা হিলালি,,, হে ডেকাৰ জাত লাই লা হিলালি,,, হে গাভৰু জাত... লাই লা হিলালি,,, ও টিৱাৰ ৰূপ...। লাই লা ...

Monor nijanot(মনৰ নিজানত)Lyrics-zubeen old song-assamese song lyrics

Monor nijanot(মনৰ নিজানত) Lyrics- zubeen old song-assamese song lyrics - Zubeen Garg Lyrics Singer Zubeen Garg Singer Ajoy Phukan & Rex Boro Music Palash Gogoi মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । হৃদয়ে আৱেগক নোৱাৰে সহিব চকুলো বাগৰে নিৰৱে । কিমান সাৱটিম নোপোৱাৰ সঁপোন বুকুৰ উমেৰে সজোৱা । দুখৰ তৰাহৈ নাচাবা চকুলৈ মোৰ উৰে নিশা । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । জীৱন সুৰভী তোমাৰ মাজতে আছিল অকলে নিৰৱে । সঁচা প্ৰেমৰো উশাহ আছিলে অকলশৰীয়া বুকুতে । মৰুভূৰ মায়াহৈ নাহিবা বুকুলৈ মোৰ মিছাকৈয়ে । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুব...