Skip to main content

NAHOROR SIRILI PAAT LYRICS | Gitanjali Das | Assamese Lyrics

NAHOROR SIRILI PAAT | Gitanjali Das | Assamese Lyrics - Gitanjali Das Lyrics

Singer Gitanjali Das
Singer Gitanjali Das
Music Ujjwal Aarong
Song Writer Mrinmoy Mrittik & Pankaj Bora

অই নাহৰৰ চিৰিলি পাট অই দেহি অই

অই খুৰি দেউৱে লগালে টাট

অই বিৰিখে সলাই পাট

ধুল পেপাই লগাই মাত

অই বিহু বিহু দেখু লাগিলে গাট

বিহু বিহু দেখু লাগিলে গাত হেই


অই নাহৰৰ চিৰিলি পাট দেহি অই

খুৰি দেউৱে লগালে তাত

অই বিৰিখে সলাই পাট

ধুল পেপাই লগাই মাত

বিহু বিহু দেখু লাগিলে গাত

বিহু বিহু দেখু লাগিলে গাত


এহেই জাকই খালে খালে

ৰই ৰই ৰটি ভাবি

অই লগৰি মইনা মতি

পলপি লেপিলে ৰই ৰই ৰটি

ভাবি অই লগৰী মইনা মতি


জাকই খালে খালে

ৰই ৰই ৰটি ভাবি

অই লগৰি মইনা মতি

পলপি লেপিলে ৰই ৰই ৰটি

ভাবি অই লগৰী মইনা মতি


ভৰী ভালে কৰি দিবি অ লগৰী

ডিবি অ লগৰি হিঙ্গৰিয়ে

খুটিব হিঙ্গৰিয়ে খুটিব চাবি


এহেই জাকই খালে খালে

ৰই ৰই ৰটি ভাবি

অই লগৰি মইনা মতি

পলপি লেপিলে ৰই ৰই ৰটি

ভাবি অই লগৰী মইনা মতি

এ আইমুৱা আহি বুলি নাহৰে মাটিলে

আইমুৱা আহি বুলি নাহৰে মাটিলে

বুড়ি মাকৰ মুখলই চাই

বুড়ি মাকে বুলিলে নাহ চেনামুৱা

বুড়ি মাকে বুলিলে নাহ চেনামুৱা

চৰুতু পটাফট ডাংগিলু অই

কলিজাখন কলা পৰি যায় অই


নাহৰে পেলালে কলিজৰেমনা

নাহৰে পেলালে কলিজৰেমনা

নাহৰে পেলালে নাহৰে পেলালে কলি


এ হাইওই... এ উজায়ে আহিলে

মাছেকে মগৰে উজায়ে আহিলে হিহুউ।।

বুলু হই... হিওডল চিলায়ে

এ দিলেহি বাতৰী হে পালেহি বহাগৰ বিহু

IN ENGLISH-

Oi Nahoror Sirili Paat Oi Dehi Oi

Oi Khuri Deuwe Logale Tat

Oi Birikhe Holai Paat

Dhul Pepai Logai Mat

Oi Bihu Bihu Dekhu Lagile Gaat

Bihu Bihu Dekhu Lagile Gaat Hei



Oi Nahoror Sirili Paat Dehi Oi

Khuri Deuwe Logale Tat

Oi Birikhe Holai Paat

Dhul Pepai Logai Mat

Bihu Bihu Dekhu Lagile Gaat

Bihu Bihu Dekhu Lagile Gaat



Ehei Jakoi Khale Khale

Roi Roi Roti Bhabhi

Oi Logori Moina Moti

Polopi Lepile Roi Roi Roti

Bhabhi Oi Logori Moina Moti



Jakoi Khale Khale

Roi Roi Roti Bhabhi

Oi Logori Moina Moti

Polopi Lepile Roi Roi Roti

Bhabhi Oi Logori Moina Moti



Bhori Bhale Kori Dibi O Logori

Dibi O Logori Hingoriye

Khutibo Hingoriye Khutibo Sabi



Ehei Jakoi Khale Khale

Roi Roi Roti Pabi

Oi Logori Moina Moti

Polopi Lepile Roi Roi Roti

Pabi Oi Logori Moina Mot



A Aaimuwa Aahi buli Nahore Matile

Aaimuwa Aahi buli Nahore Matile

Burhi Maakor Mukholoi Sai

Burhi Maake Bulile Naho Senamuwa

Burhi Maake Bulile Naho Senamuwa

Sorutu Potaphat Dangilu Oi

Kolizakhon Kola Pori Jai Oi



Nahore Pelale Kolijoremona

Nahore Pelale Kolijoremona

Nahore Pelale Nahore Pelale Koli



A Haioii.... A Ujaye Aahile

Maseke Mogore Ujaye Aahile Hihuu..



Bulu Hoii......Hiwodol Silaye

A Dilehi Batori He Palehi Bohagor Bihu



Comments

Popular posts from this blog

Mayabini(মায়াবিনী)Lyrics-assamese song lyrics-zubeen old song

  Mayabini(মায়াবিনী)Lyrics-assamese song lyrics-zubeen old song - Zubeen Garg Lyrics Singer Zubeen Garg Singer Zubeen Garg Music Zubeen Garg Song Writer Sumit Acharya মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত... তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ’দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত প্ৰতি শৰতৰ প্ৰভাতি ফুলে ক’ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক’ব তোমাকেই মোৰ বেথা ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত দুচকুতে তোমাৰ চালে সপোন আঁতৰি দিঠক নামে চুব খুজিলেই মোৰ দুহাতে দিঠক আঁতৰি সপোন আহে ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত... তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি...

Xile Xile theka khale (Lyrics) - DY Medley - Priyanka Bharali-In assamese

Xile Xile (Lyrics) - Priyanka Bharali-In assamese - Priyanka Bharali / Mun Mun das Lyrics Singer Priyanka Bharali / Mun Mun das কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই বৰটৰ ধেপেলা পাই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই বৰটৰ ধেপেলা পাই বৰটট জাউটে সৰতে ডাকিলে সৰতে ডাকিলে ৰেহা নাই এতিয়া ৰেহা নাই এতিয়া গাট বৰটট জাউটে সৰতে ডাকিলে সৰতে ডাকিলে ৰেহা নাই এতিয়া ৰেহা নাই এতিয়া গাট শিলে শিলে থেকা খালে নিজৰাৰে পানি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি শিলে শিলে থেকা খালে নিজৰাৰে পানি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি বনৰিয়া বনৰিয়া আলসুৱা ফুলে হালি জালি মন ধলি কিনো কথা কলে মনে জে বিচাৰে মন, কোনে দিবো আনি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি লাই লা হিলালি,,, হে ডেকাৰ জাত লাই লা হিলালি,,, হে গাভৰু জাত... লাই লা হিলালি,,, ও টিৱাৰ ৰূপ...। লাই লা ...

Monor nijanot(মনৰ নিজানত)Lyrics-zubeen old song-assamese song lyrics

Monor nijanot(মনৰ নিজানত) Lyrics- zubeen old song-assamese song lyrics - Zubeen Garg Lyrics Singer Zubeen Garg Singer Ajoy Phukan & Rex Boro Music Palash Gogoi মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । হৃদয়ে আৱেগক নোৱাৰে সহিব চকুলো বাগৰে নিৰৱে । কিমান সাৱটিম নোপোৱাৰ সঁপোন বুকুৰ উমেৰে সজোৱা । দুখৰ তৰাহৈ নাচাবা চকুলৈ মোৰ উৰে নিশা । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । জীৱন সুৰভী তোমাৰ মাজতে আছিল অকলে নিৰৱে । সঁচা প্ৰেমৰো উশাহ আছিলে অকলশৰীয়া বুকুতে । মৰুভূৰ মায়াহৈ নাহিবা বুকুলৈ মোৰ মিছাকৈয়ে । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুব...