O MURE JAAN || RAKESH REEYAN || Assamese Lyrics - Rakesh Reeyan & Meghali Borokha Lyrics
| Singer | Rakesh Reeyan & Meghali Borokha |
| Singer | Rakesh Reeyan |
| Music | Pranoy Dutta |
| Song Writer | Ganesh Gogoi |
অ মোৰে জান কিয় কৰা অভিমান
তোমালে মৰম সাগৰৰ সমান
অ মোৰে জান বুজাবলে টান
তোমালে মৰম আকাশৰ সমান
শয়নে সপোনে তোমাকেই দেখো
উশাহে নিশাহে তুমিয়েই বুকুত
টুপনিতো লও তোমাৰ নাম
অ মোৰে জান অ মোৰে জান
আঙুলিৰ ফাকতে আঙুলি থোৱানা
অভিমান সামৰি সাৱতি লোৱানা
আঙুলিৰ ফাকতে আঙুলি থোৱানা
অভিমান সামৰি সাৱতি লোৱানা
সুখে দুখে কাষত আজীৱন থাকিম
তোমাৰে হয় মাথো মই তোমাৰেই
থাকিম অ মোৰে জান নকৰিবা অভিমান
তোমালে মৰম সাগৰৰ সমান
আপোন বুলিবলে মাথো তুমিয়েই
ভয় লাগে গলে জানৈ দূৰলে
আশা ভৰশা ও জানা তুমিয়ে
জীয়াই আছো জানৈ মাথো তোমালে
মোৰ খং অভিমান তুমিয়ে তো
জান তোমাৰ মৰমবোৰ মোৰ স্বাভিমান
দূৰ নকৰিবা অ' মোৰে জান অ মোৰে জান
নকৰিবা অভিমান তোমালে মৰম সাগৰৰ সমান
তোমালে মৰম আকাশৰ সমান
In English

Comments
Post a Comment