TUMAKE NAPALE JAANMONI LYRICS| ANJANA 2010 | ASSAMESE | ZUBEEN GARG | BIHU - ZUBEEN GARG, CHAYANIKA BHUYAN Lyrics
| Singer | ZUBEEN GARG, CHAYANIKA BHUYAN |
| Singer | BIMAN BARUAH |
| Music | BIMAN BARUAH |
| Song Writer | BIPIN CHAWDANG |
তোমাকে নাপালে জানমণি (২)
এৰি ঘৰে বাৰি ৰাখি চুলি দাড়ি
থাকিমগৈ অৰুণাচলত ঐ (২)
অৰুণাচলতে জানমণি (২)
দফলা ছোৱালী লমে বিয়া পাতি
নেপেলাওঁ তোমালৈ মনত ঐ (২)
মোৰে ঐ বেজাৰ ককাইটি (২)
যোৱা যদি গুচি নাহিবা উভতি
কোনেনো ৰাখিছে ধৰি ঐ (২)
বিয়া পাতি লবা ককাইটি (২)
নাগিনী ছোৱালী পাতি ঘৰে বাৰি
ৰাখিলৈ ভমোৰা দাড়ি ঐ
মোৰে ঐ বেজাৰ ককাইটি (২)
যোৱা যদি গুচি নাহিবা উভতি
কোনেনো ৰাখিছে ধৰি ঐ (২)
বিয়া পাতি লবা ককাইটি (২)
নাগিনী ছোৱালী পাতি ঘৰে বাৰি
ৰাখিলৈ ভমোৰা দাড়ি ঐ
মোৰে ঐ বেজাৰ ককাইটি (২)
যোৱা যদি গুচি নাহিবা উভতি
কোনেনো ৰাখিছে ধৰি ঐ
নাগিনী ছোৱালী জানমণি (২)
যদিও আজলী যদিও পাহাৰী
তোমাতকৈ হব শুৱনি ঐ
দিনে গৈ থাকিব বাগৰি (২)
মোৰে ঐ পাহাৰী আজলী নাগিনীৰ
থাকিব কেচুঁৱা খেলি
তোমাকে এৰি কেনেকৰি (২)
নাযাবা আঁতৰি নাযাবা পাহৰি
মোকে ঐ পাগলি কৰি ঐ
তুমি যলৈ যোৱা চেনাইটি (২)
মোকো লৈয়ে যাবা
মৰমে ৰাখিবা
Comments
Post a Comment