Skip to main content

UKAA (উকা ) Lyrics- Zubeen Garg | ft. Pranab Krishnatreya | Album | Urunga Mon |

 

UKAA(উকা) - Zubeen Garg-Lyrics-Assamese - Zubeen Garg Lyrics

Singer Zubeen Garg
Singer Pranab Krishnatreya
Music Sanjay Hazarika & Pranab Krishnatreya
Song Writer Pranab Krishnatreya

উকা আছিলে মনৰে কোঠালি
তোমাক পালো বিচাৰি
তুমি দিলাহি মৰমৰ সঁহাৰি
বেদনাৰ চকুলো মচি
হ'বানে তুমি মোৰ লগৰী??

মন গহণত তোমাৰে ছবি
পলে প্ৰতিপলে আজি উঠিছে ভাঁহি
যদি আঁতৰি যোৱাগৈ নোৱাৰো থাকিব
কাষলে আহিলে সুৰে নিচুকাব
উশাহত আছা তুমি

আজি হঠাতে এছাটি বতাহে
অতীতৰ বহু কথা ক'লে
চিনাকি চিনাকি উমাল পৰশে
সুৰৰ নদী জিপাল কৰে
আজি বুকুৰে ভিতৰত কিহৰ শিহঁৰন
থমকি ৰলো মই সুঁৱৰি প্ৰতিক্ষণ
দিঠকৰ সুৰে নিচুকায়
IN ENGLISH-
Uka asile monore kothali
Tumak palu bisari
Tumi dilahi moromor xohari
Bedonar sokolu musi
Hobane tumi mur logori

Mon gohonot tumare sobi
Pole proti pole aji uthise vahi
jodi atori juagoi nuaru thakibo
kashole ahile xure nisukabo
Uxahot asa tumi

Aji hothate esati botahe
Otitor bohu kotha kole
sinaki sinaki umal porokhe
xuror nodi jipal kore
Aji bukure vitorot kihor xihoron
Thomoki rolu moi xuori protikhon
Dithokor xure nisukai



Comments

Popular posts from this blog

Mayabini(মায়াবিনী)Lyrics-assamese song lyrics-zubeen old song

  Mayabini(মায়াবিনী)Lyrics-assamese song lyrics-zubeen old song - Zubeen Garg Lyrics Singer Zubeen Garg Singer Zubeen Garg Music Zubeen Garg Song Writer Sumit Acharya মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত... তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ’দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত প্ৰতি শৰতৰ প্ৰভাতি ফুলে ক’ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক’ব তোমাকেই মোৰ বেথা ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত দুচকুতে তোমাৰ চালে সপোন আঁতৰি দিঠক নামে চুব খুজিলেই মোৰ দুহাতে দিঠক আঁতৰি সপোন আহে ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত... তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি...

Xile Xile theka khale (Lyrics) - DY Medley - Priyanka Bharali-In assamese

Xile Xile (Lyrics) - Priyanka Bharali-In assamese - Priyanka Bharali / Mun Mun das Lyrics Singer Priyanka Bharali / Mun Mun das কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই বৰটৰ ধেপেলা পাই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই কালিজাং বড়টত অ মোৰ চেনাই অই বৰটৰ ধেপেলা পাই বৰটট জাউটে সৰতে ডাকিলে সৰতে ডাকিলে ৰেহা নাই এতিয়া ৰেহা নাই এতিয়া গাট বৰটট জাউটে সৰতে ডাকিলে সৰতে ডাকিলে ৰেহা নাই এতিয়া ৰেহা নাই এতিয়া গাট শিলে শিলে থেকা খালে নিজৰাৰে পানি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি শিলে শিলে থেকা খালে নিজৰাৰে পানি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি বনৰিয়া বনৰিয়া আলসুৱা ফুলে হালি জালি মন ধলি কিনো কথা কলে মনে জে বিচাৰে মন, কোনে দিবো আনি এচেৰেঙ্গা ৰঙা ৰদে ৰঙ ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি ৰং ডিলে সানি ৰিং ডিলে সানি লাই লা হিলালি,,, হে ডেকাৰ জাত লাই লা হিলালি,,, হে গাভৰু জাত... লাই লা হিলালি,,, ও টিৱাৰ ৰূপ...। লাই লা ...

Monor nijanot(মনৰ নিজানত)Lyrics-zubeen old song-assamese song lyrics

Monor nijanot(মনৰ নিজানত) Lyrics- zubeen old song-assamese song lyrics - Zubeen Garg Lyrics Singer Zubeen Garg Singer Ajoy Phukan & Rex Boro Music Palash Gogoi মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । হৃদয়ে আৱেগক নোৱাৰে সহিব চকুলো বাগৰে নিৰৱে । কিমান সাৱটিম নোপোৱাৰ সঁপোন বুকুৰ উমেৰে সজোৱা । দুখৰ তৰাহৈ নাচাবা চকুলৈ মোৰ উৰে নিশা । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । জীৱন সুৰভী তোমাৰ মাজতে আছিল অকলে নিৰৱে । সঁচা প্ৰেমৰো উশাহ আছিলে অকলশৰীয়া বুকুতে । মৰুভূৰ মায়াহৈ নাহিবা বুকুলৈ মোৰ মিছাকৈয়ে । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সাঁনিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভঁৰাই । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুব...